মহাবীৰ অৰ্জুনৰ সাতটা নাম আৰু এই নামসমূহ প্ৰাপ্তিৰ কাৰণ-
১৷দুয়োহাতেৰে সমানে অস্ত্ৰচালনা কৰিব পাৰে বাবে -সব্যসাচী
২৷নিদ্ৰাক জয় কৰিব পাৰে-গুড়াকেশ
৩৷সদায় শুভ কামৰ প্ৰতি আকৰ্ষিত হোৱাৰ বাবে - অৰ্জুন
৪৷দুধৰ্ষ বীৰ পুৰুষ হোৱাৰ বাবে-জিষ্ণু
৫৷গাৰ বৰণ পাতল নীলা হোৱাৰ বাবে-কৃষ্ণ
৬৷ কুন্তীৰ পুত্ৰ বাবে-কৌন্তেয়
৭৷মাতৃ কুন্তীৰ আন এক নাম পৃথা হোৱাৰ বাবে অৰ্জুনৰ আন এক নাম-পাৰ্থ।